আজাৰা: বেলতলা বনগাঁও খেলপথাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
বেলতলা বনগাঁও খেলপথাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ।সদৌ অসম জুবিন ফেন ক্লাবৰ 'ৰৈ ৰৈ বিনালে' শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । ৫ হাজাৰ চাকিৰে ৰৈ ৰৈ বিনালে, JUSTICE FOR ZUBEEN GARG লিখিলে জুবিন অনুৰাগীয়ে । অনুষ্ঠানত উপস্থিত গৰিমা শইকীয়া গাৰ্গ আঙুৰলতা ডেকা,মীৰা বৰঠাকুৰ, জয়ন্ত কাকতিকে ধৰি বহু গুণমুগ্ধ ।