বাঘবৰ: গোবিন্দপুৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত মিলন বজাৰ প্ৰাংগণত মন্দিয়া ব্লক মহিলা কংগ্ৰেছৰ নৱ নিযুক্ত সভানেত্ৰী সম্বৰ্ধনা
গোবিন্দপুৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত মিলন বজাৰ প্ৰাংগণত এক সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত হয় ৷ গোবিন্দপুৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত মিলন বজাৰ প্ৰাংগণত মন্দিয়া ব্লক মহিলা কংগ্ৰেছৰ নৱ নিযুক্ত সভানেত্ৰী মহুয়া খানমক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। মন্দিয়া ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মহুয়া খানমৰ নেতৃত্বত মন্দিয়া সমষ্টিত কংগ্ৰেছ দল আৰু অধিক শক্তিশালী হব বুলি আশা কৰে কংগ্ৰেছ কৰ্মী সকলে ৷