মৰিগাঁও: যমৰ যাতনা দিয়া ঔজাৰীৰ এটা পথৰ বাবে আহত বহু লোক, কিন্তু কাণসাৰ নাই জনপ্ৰতিনিধিৰ #jansamasya
Marigaon, Morigaon | Aug 18, 2025
দীৰ্ঘ দিন ধৰি ৰাইজক জলা কলা খুৱাইছে মৰিগাঁওৰ ঔজাৰীৰ এটা পথে।পথ নহয় যেন একো একোটা পুখুৰীহে । ১০ ১৫মিটাৰ মূৰে মূৰে আছে...