ওদালগুৰি: বাদলাপাৰা,ভোলাটাৰত ননৈ চেৰফাং সমষ্টিত UPPLৰ প্ৰাৰ্থী মাৰিয়াম টপ্পৰ নিৰ্বাচনী প্ৰচাৰ
ঘৰে ঘৰে ইউ পি পি এল, ৰাস্থা ঘাটে ইউ পি পি এল, বজাৰে ঘাটে ইউ পি পি এল আৰু গাঁৱে গাঁৱে ইউ পি পি এল।ওদালগুৰি জিলাৰ বাদলাপাৰা,ভোলাটাৰ 33 নং ননৈ চেৰফাং সমষ্টিৰ নৰ্বাচনী সভাত ইউ পি পি এল দলৰ পাৰ্থী মাৰীয়াম টপ্পই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।