শদিয়া: ছৈখোৱাত ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত শদিয়া সমষ্টি যুৱ কংগ্ৰেছৰ বদ্ধিত কাৰ্যনিবাহক সভা অনুষ্ঠিত
বুধবাৰে ছৈখোৱা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত শদিয়া সমষ্টি যুৱ কংগ্ৰেছৰ বদ্ধিত কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় । ২০২৬ ৰ নিৰ্বাচন প্ৰস্তুুতি সন্দৰ্ভত এই সভাখন অনুষ্ঠিত কৰা হয় । কংগ্ৰেছৰ সভাপতি গৌৰব গগৈয়ে যুজ এটা হব বুলি কোৱাৰ দৰে শদিয়া সমষ্টিৰ যুৱ কংগ্ৰেছে সম্পূৰ্ন দায়ীত্ব পালন কৰি শদিয়া যুৱ কংগ্ৰেছে আজি সাজু কৰি ৰাখিবলৈ এই বদ্ধিত কাৰ্যনিবাহক সভাখন আয়োজন কৰে ।