Public App Logo
Jansamasya
National
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth

গোলাঘাট: অশ্ৰুসিক্ত নয়নেৰে ৰাজ্যবাসীৰ ধ্ৰুব তৰা,নয়নৰ মণি জুবিনক গাৰ্গৰ গীতত এজন গুণ মুগ্ধৰ আঠু কাঢ়ি নৃত্য

Golaghat, Golaghat | Sep 23, 2025
অশ্ৰুসিক্ত নয়নেৰে ৰাজ্যবাসীৰ ধ্ৰুব তৰা,নয়নৰ মণি জুবিনক গাৰ্গৰ গীতত এজন গুণ মুগ্ধৰ আঠুকাঢ়ি নৃত্য l নয়নৰ মণি,ৰাজ্য বাসিৰ হিয়াৰ আমঠু জুবিন গাৰ্গক অকালতে হেৰুৱাই শুক স্তব্ধ সমগ্ৰ ৰাজ্যবাসীৰ লগতে গোলাঘাট বাসিয়ো। মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত গোলাঘাট বেঙেনাখোৱাত অশ্ৰু সিক্ত নয়নেৰে বিদায় জনালে ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক l জুবিন গাৰ্গৰ এটি গানত মন ভৰি আঠু কাঢ়ি সেৱা জনাই নৃত্য এজন গুণ মুগ্ধৰ।

MORE NEWS