নগাঁও: পূব শিঙিমাৰীত চুৰিকাঘাতৰ ঘটনা,খলিলুৰ ৰহমান নামৰ লোকজনক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যাৰ চেষ্টা দুইজনীয়া দলৰ
Nagaon, Nagaon | Nov 2, 2025 ৰূপহীহাটৰ পূব শিঙিমাৰীত চুৰিকাঘাতৰ ঘটনা।খলিলুৰ ৰহমান নামৰ লোকজনক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যাৰ চেষ্টা দুইজনীয়া দলৰ।মুকচিদুল ইছলাম আৰু তজিমূল ইছলাম নামৰ দুজন লোকে খলিলুৰ ৰহমানক চোকা অস্ত্ৰৰে ঘপিয়াই পলায়ণ কৰে।সংকটজনক অৱস্থাত খলিলুৰ ৰহমানক নগাওঁ মেডিকেল কলেজত প্ৰেৰণ কৰে।যোৱা কালি খলিলুৰ ৰহমান আৰু মুকচিদুল তজিমূল ইছলামৰ পৰিয়ালৰ মাজত হৈছিল বাক বিতণ্ডা।সেই আখেজতেই খলিলুৰ ৰহমানক পথ আগুচি আক্ৰমণ কৰাৰ অভিযোগ আক্ৰমণকাৰীদ্বয়ৰ বিৰুদ্ধে।ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত পূব