আজাৰা: বৰিহাটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, অভিনেতা ৰবি শৰ্মাৰ উপস্থিতিত মমবাতি জ্বলাই মৌন সমদল
বৰিহাটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।উপস্থিত অভিনেতা ৰবি শৰ্মা । মমবাতি জ্বলাই মৌন সমদলৰে ন্যায়ৰ দাবীত প্ৰতিবাদ । বৰিহাট অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত দক্ষিণ কামৰূপৰ বৰিহাটস্থিত আমৰাঙ্গা বৰিহাট মিনি ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়