Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

নগাঁও: ধিঙত ভয়ংকৰ পথ দুৰ্ঘটনা,তীব্ৰ বেগী মালবাহী ট্ৰাকে মহতীয়াই নিলে দুই স্কুটি আৰোহীক,সংকটজনক অৱস্থাত দুজনক চিকিৎসালয়ত ভৰ্তি

Nagaon, Nagaon | Sep 18, 2025
ধিঙত ভয়ংকৰ পথ দুৰ্ঘটনা ।তীব্ৰ বেগী মালবাহী ট্ৰাকে মহতীয়াই নিলে দুই স্কুটি আৰোহীক ।ধিং - মৈৰাবাৰী গড়কাপ্তানী পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।তীব্ৰ বেগী মালবাহী ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আঘাতপ্রাপ্ত দুজনক চিকিৎসালয়ত ভৰ্তি ।AS 02 C 9827 নম্বৰৰ সাৰ ভৰ্তি তীব্ৰ বেগী মালবাহী ট্ৰাকে পিছফালৰ পৰা মহতীয়াই নিয়ে AS 02 AV 2536 নম্বৰৰ স্কুটি বাহন খন ।ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনা স্থলীৰ পৰা পলায়ন কৰিছে ট্ৰাকৰ চালকজনে ।

MORE NEWS