কলিয়াবৰ: জখলাবন্ধা চাৰিআলিস্থিত কলিয়াবৰ প্ৰেছ ক্লাৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন, উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত
কলিয়াবৰ প্ৰেছ ক্লাৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন।উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত। জখলাবন্ধা হাস্পতাল চাৰিআলিস্থিত কলিয়াবৰ প্ৰেছ ক্লাবৰ বাকৰিত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত।কলিয়াবৰ প্ৰেছ ক্লাবৰ সংবাদসেৱীৰ লগতে সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিজন সাংবাদিকক প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।পতাকা উত্তোলন কৰাৰ লগতে স্মৃতি তৰ্পণৰ জৰিয়তে আৰম্ভ হ’য় প্ৰেছ দিৱসৰ অনুষ্ঠান।ঠাইতে বাতৰি লিখা প্ৰতিযোগিতাত কলিয়াবৰৰ কেইবাখন