সোণাৰি: জিলা আবকাৰী বিভাগে ৰতনপুৰ চাহ বাগিচা,চফ্ৰাই,খনা চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ১৩০ লিটাৰ চুলাই পাছ নষ্ট কৰে
চৰাইদেউ জিলাৰ চাফ্ৰাই আৰক্ষী চকীৰ এলেকাৰ ৰতনপুৰ চাহ বাগিছা, চাফ্ৰাই, খনা চাহ বাগিছাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই অভিযানকালত চুলাই মদৰ পাছ ১৩০ লিটাৰ আৰু বিক্ৰী বাবে ৰখা চুলাই মদ ১০ লিটাৰ আৰু অবৈধ সুৰা প্ৰস্তুতকাৰী সকলৰ বিৰুদ্ধে ২ টাকৈ গোচৰ ৰুজো কৰে ৷