ওদালগুৰি: কলাইগাঁৱৰ গান্ধী বাকৰিত স্বাধীনতা দিৱস উদযাপন কৰা হয়, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চক্ৰ বিষয়া ডাঃ প্ৰীয়ংকা বনিয়াই
Udalguri, Udalguri | Aug 15, 2025
কলাইগাঁও ৰাজহ চক্ৰ কাৰ্য্যালয় আৰু ৰাইজৰ সহযোগত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। কলাইগাঁও গান্ধী বাকৰিত আয়োজন...