নগৰবেৰা: নগৰবেৰাৰ ৰঙ্গেশ্বৰী পামত দুটা পক্ষৰ মাজত ভূমি কেন্দ্ৰিক সংঘাতৰ বাবে মাৰপিট, দুজনকৈ লোক গুৰুতৰভাৱে আহত, আংশিকভাৱে আহত এজন
বৃহস্পতিবাৰে নগৰবেৰাৰ ৰঙ্গেশ্বৰী পামত ভূমি কেন্দ্ৰিক বিবাদ।ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা।মাৰপিটত দুজনকৈ লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে আংশিকভাৱে আহত হয় এজন লোক।গাঁওখনৰ হাসেম আলী আৰু মুন্নাফ আলী নামৰ লোক দুজনৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা।