নগাঁও: জিলা আৰক্ষীৰ জালত চাকৰিৰ নামত ধন আত্মসাত কৰা মহা প্ৰবঞ্চক চম্পক বৰা
Nagaon, Nagaon | Sep 26, 2025 চাকৰি চাকৰি চাকৰি ৷নগাঁৱত চলিছে চাকৰিৰ বজাৰনগাঁও আৰক্ষীৰ জালত চাকৰিৰ নামত ধন আত্মসাত কৰা মহা প্ৰবঞ্চক।আৰক্ষীয়ে আটক কৰা মহা প্ৰবঞ্চকটোৰ নাম হৈছে চম্পক বৰা।ৰেল বিভাগত চাকৰি দিয়াৰ নামত নগাঁৱৰ বহু লোকৰ পৰা