দিছপুৰ: দিছপুৰ আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক চন্দন কলিতা নুনমাটিৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চকটোক,চাকৰি দিয়াৰ নামত লুটিলে কেইবা লাখ টকা
দিছপুৰ আৰক্ষীৰ জালত এটা মহাপ্ৰৱঞ্চক। শুকুৰবাৰে নুনমাটিৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চকটোক।চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা কৰি গ্ৰেপ্তাৰ চন্দন কলিতা নামৰ যুৱকজন। বেলতলাৰ এগৰাকী মহিলাক চাকৰি দিয়াৰ প্ৰলোভন দি লুটিলে কেইবা লাখ টকা। বহুতো যুৱক যুৱতীৰ পৰা চন্দনে লুটিছিল লাখ লাখ টকা। বৰ্তমান দিছপুৰ আৰক্ষী থানাত জেৰা অব্যাহত যুৱকজনক।