Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

পশ্চিম যোৰহাট: জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তই মেগা স্বাস্থ্য সেৱা সপ্তাহ সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰে

Jorhat West, Jorhat | Sep 16, 2025
জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তই মেগা স্বাস্থ্য সেৱা সপ্তাহ সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰে । ১৭ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ যোৰহাটত অনুষ্ঠিত হব স্বাস্থ্য সেৱা সপ্তাহ । আৰু প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হব । স্বাস্থ্য পৰীক্ষাৰ লগতে যাৱতীয় সকলো সুবিধা কৰা হব। কেইবা স্থানত অনুষ্ঠিত হব ৰক্তদান শিৱিৰো ।

MORE NEWS