নগাঁও: মাজ জাজৰিৰ সাৰ্বজনীন শিৱ মন্দিৰ ভাগৰ প্ৰৱেশ পথত নৱ নিৰ্মিত তোৰণৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ
Nagaon, Nagaon | Nov 2, 2025 নগাঁও -বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত মাজ জাজৰিৰ সাৰ্বজনীন শিৱ মন্দিৰ ভাগৰ প্ৰৱেশ পথত স্বৰ্গীয় সোমচন্দ্ৰ শৰ্মাৰ পৱিত্ৰ স্মৃতিত নতুনকৈ নিৰ্মাণ কৰা তোৰণ খনিৰ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়।তোৰণ ভাগৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ভকত,বৈষ্ণৱ আৰু আইমাতৃ সকলৰ সৈতে মত-বিনিময় কৰো।