নগাঁও: কচুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত উজানমাৰীৰ আব্দুল খালেক নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক
Nagaon, Nagaon | Sep 2, 2025
গেৰজাইপাম গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত অ 'চি মৃদুল বৰাৰ নেতৃত্বত চলিছিল এক গোপন অভিযান। অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ...