মাটিয়া: বুদুচৰ পাৰঘাটত যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহৰ অভিযোগ,এচ অক অভিযোগ দাখিল ৰাইজৰ
Matia, Goalpara | May 25, 2025 বুদুচৰ পাৰঘাটত যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহৰ অভিযোগ। গোৱালপাৰা জিলাৰ আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ বুদুচৰ পাৰঘাটত যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আভ্যন্তৰীণ জলপৰিবহন বিভাগে সাধাৰণ যাত্ৰীসকলৰ পৰা নিৰ্ধাৰিত ৫ টকাৰ বিপৰীতে ২০ টকাকৈ সংগ্ৰহ কৰাৰ লগতে বাইক যাত্ৰীৰ পৰা নিৰ্ধাৰিত ২০ টকাৰ বিপৰীতে ৪০ টকাকৈ সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।এই সন্দৰ্ভত অতিৰিক্ত ভাড়া বন্ধ কৰিবলৈ স্থানীয় ৰাইজে আজি আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ এচ অ ক অভিযোগদিয়ে