Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Cds
Educationforall
Worldwaterday
Chaitranavratri
Railsafety
Smartrailyatri
Indianrailway
Railinfra4jharkhand
No video available

সাপেখাতী: চকলীয়াত বৰহাট শাখা লেখিকা সন্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদ্ যাপন

Sapekhati, Charaideo | Mar 8, 2024
বৰহাট শাখা লেখিকা সন্থাৰ উদ্যোগত তথা চকলীয়া মহিলা আত্মসহায়ক গোটৰ সহযোগত আজি শুক্ৰবাৰে ১১-৩০বজাত চকলীয়া সামূহিক ভৱনত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।এই উপলক্ষে পতাকা উত্তোন কৰে লেখিকা সন্থাৰ উপ-সভানেত্ৰী বিচয়ন্তী সন্দিকৈয়ে।স্মৃতি তৰ্পন কৰে আন্তৰ্জাতিক নাৰী দিৱসৰ উদ্ যাপন সমিতিৰ সভানেত্ৰী ভানু তালুকদাৰে।