বিজনী ভাগ: বাগৰগাঁৱত থুৰিবাৰী ব্লক BPFৰ সভাপতি সন্তোৰাম বসুমতাৰীৰ সংবাদ মেল
বিজনীৰ বাগৰগাওঁস্থিত থুৰিবাৰী ব্লক BPFৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই সংবাদ মেল,সিদ্ধান্ত ৰায়ক থুৰিবাৰী ব্লক BPFৰ সাধাৰণ সম্পাদক পদৰ লগতে BPFৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা বুলি সংবাদ মেলত জনালে সন্তোৰাম বসুমতাৰীয়ে ।