কেইবাগৰাকী বলিউড তাৰকা উপস্থিত গুৱাহাটীত ।বলিউড অভিনেত্ৰী ডেইজী শ্বাহ, অভিনেতা দেৱ মনাৰিয়া, হিতেন তেজৱানি, কৌতুক অভিনেতা মোবিন সদাগৰৰ লগতে আন কেইবাগৰাকী অভিনেতা অভিনেত্ৰী উপস্থিত গুৱাহাটীত । জুবিন গাৰ্গেও কণ্ঠদান কৰা "বিহু এটেক" ছবিৰ পোষ্টাৰ মুকলিৰ সকলো উপস্থিত গুৱাহাটীত ।