আজাৰা: ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত বৰষুণ হোৱাৰ আগজাননী সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই
ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত বৰষুণ হোৱাৰ আগজাননী সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আজি ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কিছু কিছু ঠাইত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ঠিক তেনেদৰে অহা 25 অক্টোবৰলৈ অসমৰ কিছু কিছু ঠাইত মজলীয়া বৰষুণ অহাৰ সম্ভৱনা আছে বুলি জানিব দিয়ে বতৰ বিজ্ঞানীয়ে ।