নগাঁও: ৰাইডঙীয়াত সুদক্ষ অভিনেতা,নাট্যকাৰ, নাট্য পৰিচালক গনেশ হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন দল সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠানৰ
ৰাইডঙীয়াত সুদক্ষ অভিনেতা,নাট্যকাৰ, নাট্য পৰিচালক গনেশ হাজৰিকাক বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন দল সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠানৰ।নগাঁৱৰ ৰাইডঙীয়া কৰচুং সত্ৰৰ নিবাসী সুদক্ষ অভিনেতা গনেশ হাজৰিকাৰ অকাল মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ।শ্বিলংত এটি পথ দুৰ্ঘটনাত মৃত্যু হয় গনেশ হাজৰিকাৰ।গনেশ হাজৰিকাৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰনীয় ক্ষতি। গনেশ হাজৰিকাই টেটুন তামুলী,জানমনি, এক আছিল ভকত, বেহাৰ বাৰী আউটপোষ্ট আদি বিভিন্ন ধাৰাবাহীকত অভ