কলগাছিয়া: কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দৌৰ দৌৰ
চৰ্দাৰ বল্লৱভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে কলগাছিয়াত ৰাষ্ট্ৰীয় একতা দৌৰ।কলগাছিয়া আৰক্ষী থানাৰ পৰা উলিওৱা এই ৰাষ্ট্ৰীয় একতা দৌৰ মুখ্য পথ সমুহ পৰিভ্ৰমণ কৰি অৱশেষত আৰক্ষী থানাতে আহি অন্ত পৰে। এই ৰাষ্ট্ৰীয় একত দৌৰত কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী , গাঁওৰক্ষী বাহিনী, নৱজ্যোতি মহাবিদ্যালয় NCCৰ লগতে কলগাছিয়াৰ সংবাদকৰ্মী সকলেও অংশগ্ৰহণ কৰে।