Public App Logo
Jansamasya
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
No video available

সোণাৰি: বৰুৱানগৰত মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় বাৰ্ষিক মধ্যকালীন অধিৱেশন অনুষ্ঠিত

Sonari, Charaideo | Mar 9, 2025
বৰুৱানগৰত মৃদঙীয়া গায়ন-বায়ন সংস্থা,অসমৰ দ্বিতীয় বাৰ্ষিক মধ্যকালীন অধিবেশন খন দেওবাৰে ১১বজাত চৰাইদেউ জিলা মৃদঙীয়া গায়ন-বায়ন সন্থাৰ উদ্যোগত তথা বৰুৱানগৰ আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হয়।এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে মৃদঙীয়া গায়ন;বায়ন সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি নোমল চন্দ্ৰ গগৈয়ে।স্মৃতি তৰ্পণ কৰে গায়ন-বায়ন সন্থাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেবেন গগৈয়ে।আনহাতে গছপুলি ৰোপন কৰে।আদৰণি সমিতিৰ সভাপতি প্ৰফুল্ল গগৈয়ে।