পশ্চিম যোৰহাট: শ্যামকানু মহন্ত , সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবীৰ লগতে কেইবাটাও দাবীত ষ্টেডিয়ামৰ পৰা সমদল ছাত্ৰ সন্থাৰ
শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰক , সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবীৰ লগতে কেইবাটাও দাবীত ষ্টেডিয়ামৰ পৰা সমদল ছাত্ৰ সন্থাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি যোৰহাটত ছাত্ৰ সন্থাৰ মমশিখা সমদল । জুবিন গাৰ্গ অমৰ হওঁক শ্লগান ৰাজপথত । জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ , পানী নসৰকা তদন্ত কৰক , দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰক ।