গুৱাহাটী: বামুনিমৈদান ৰেলৱে কলনি অবিনাশ ৰজকৰ বাসগৃহত উপস্থিত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভাসভানেত্ৰী,বুজ লয় পৰিয়ালৰ
বামুনিমৈদান ৰেলৱে কলনি অবিনাশ ৰজকৰ বাসগৃহত শুক্ৰবাৰে বিয়লি প্ৰায় ছয় মান বজাত উপস্থিত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মিৰা বৰঠাকুৰ । কংগ্ৰেছৰ নেত্রী গৰাকী উপস্থিত হৈ পৰিয়ালটোৰ খবৰ লয়। উল্লেখ্য যে জুবিন গাৰ্গৰ গীত বজাবলৈ কোৱাই কাল হ'ল অবিনাশ ৰজকৰ। জুবিনৰ গীত বজাবলৈ কোৱা বাবে প্ৰহাৰ কৰে অবিনাশক। কালিবাৰী জাগৃতি সংঘৰ দুৰ্গা পূজা মণ্ডপত এই ঘটনা সংঘটিত হয় ।২০-২৫ জনীয়া যুৱকৰ দলে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ ফলতে মৃত্যু হয় যুৱক জনৰ