গোলাঘাট: জোৱাই জুবিন গাৰ্গৰ চিতা ভস্ম গোলাঘাটলৈ অনা সন্দৰ্ভত আয়ুক্ত কাৰ্য্যালয়ত জিলা আয়ুক্তক স্মাৰক পত্ৰ বীৰ লাচিত সেনাৰ
অমৰ শিল্পী,গোলাঘাটৰ জোৱাই জুবিন গাৰ্গৰ চিতা ভস্ম গোলাঘাটলৈ অনা সন্দৰ্ভত আয়ুক্ত কাৰ্য্যালয়ৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ বীৰ লাচিত সেনা জিলা সমিতিৰ ।অমৰ শিল্পী জুবিন গাৰ্গৰ চিতা ভস্ম গোলাঘাটলৈ অনাৰ লগতে বিভিন্ন দাবী উত্থাপন কৰি মঙ্গলবাৰে বিয়লি প্ৰায় ৪ বজাত গোলাঘাট জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ।