পশ্চিম যোৰহাট: যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত বুধবাৰে বিয়লি প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত ৰোপন কৰে নাহৰ পুলি
যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত জুবিন গাৰ্গৰ নামত ৰোপন কৰে নাহৰ পুলি।সমগ্ৰ ৰাজ্য জুৰি অব্যাহত আছে আসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । বিশেষকৈ উজনিৰ পৰা নামনিলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সমান্তৰাভাৱে যোৰহাটতো সমজোৱাকৈ অনুষ্ঠিত কৰে শিল্পী গৰাকীৰ আদ্যশ্রাদ্ধ । তাৰ সমান্তৰালকৈ যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত বুধবাৰে বিয়লি ৰাইজে ৰোপন কৰে নাহৰৰ পুলি । প্ৰিয় শিল্পী গৰাকীৰ স্মৃতিত জুবিন গাৰ্গৰ নামত ৰোপন কৰে নাহৰৰ পুল