কলগাছিয়া: কলগাছিয়াত বৰভিটাত ফুটবল খেল পৰিচালনা সমিতিৰ বিৰুদ্ধে আব্দুল আৱালৰ সংবাদমেল
কলগাছিয়াত বৰভিটাত ফুটবল খেল পৰিচালনা সমিতিৰ বিৰুদ্ধে আব্দুল আৱালৰ সংবাদমেল। যুৱ নেতা আব্দুল আৱালে ফুটবল খেলত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা নাছিল। খেলৰ ফিল্ডত হোৱা মাৰপিটত জড়িত আছিল পৰিচালনা সমিতিৰ লোক। আক্ৰমণত আহত হৈছিল আব্দুল আৱালৰ খুলশালা আৰু শশুৰ। পৰিচালনা সমিতিয়ে লোৱা নাছিল কোনো ব্যৱস্থা। পৰিচালনা সমিতিৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছে আব্দুল আৱালে।