চামগুৰি: মঙলবাৰে নিশা প্ৰায় ৯ মান বজাত চামগুৰি সমষ্টিৰ চাইদৰীয়াত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাক সম্বৰ্ধনা অনুষ্ঠান ৰাইজৰ।
মঙলবাৰে নিশা প্ৰায় ৯ মান বজাত চামগুৰি সমষ্টিৰ চাইদৰীয়াত বিধায়ক দিপ্লুৰঞ্জন শৰ্মাক সম্বৰ্ধনা অনুষ্ঠান ৰাইজৰ।চামগুৰি সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা জয়ী হোৱাৰ পিছতেই মঙলবাৰে নিশা চামগুৰিৰ চাইদৰীয়াত উপস্থিত বিধায়ক দিপ্লুৰঞ্জন শৰ্মা। ৰাইজৰ কাষত উপস্থিত হোৱাৰ পাছতেই ফুলাম গামোচাৰে আদৰণি জনাই বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাক । উক্ত অনুষ্ঠানত অনুষ্ঠানত নগাঁও লোকসভা সমষ্টিৰ পৰাজিত প্ৰাৰ্থী সুৰেশ বৰা, মজিবুৰ ৰহমান সহিতে কেইবাগৰাকী বিশিষ্ট ব