ওদালগুৰি: মাজবাটত বিজেপি দলে উদ্ধোধন কৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয়, উদ্ধোধন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে
Udalguri, Udalguri | Sep 8, 2025
জিলা খনৰ পাছলৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাজবাটত বিজেপি দলে এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয়ৰ শুভ উদ্বোধন কৰে।...