পশ্চিম যোৰহাট: উত্তৰ পূব বিজ্ঞান প্ৰতিষ্ঠানৰ সন্মুখত পথ দুৰ্ঘটনাত চুৰ্ণ বিচুৰ্ণ বাহন , গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত পাঁচ জন
উত্তৰ পূব বিজ্ঞান প্ৰতিষ্ঠানৰ সন্মুখত পথ দুৰ্ঘটনাত চুৰ্ণ বিচুৰ্ণ বাহন । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পাঁচ জন। পুৱতি নিশা সংঘটিত হয় দুৰ্ঘটনা।দেৰগাঁও দিশৰ পৰা অহা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই উত্তৰ পূব বিজ্ঞান প্ৰতিষ্ঠানৰ সন্মুখত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দিয়াই বহু দূৰ উফৰি পৰে। দুৰ্ঘটনা টো ইমানেই ভয়ংকৰ আছিল যে বাহন খনৰ গ্লাচ সমূহ ভাঙি চুৰ্ণ বিচূৰ্ণ হয়।