গুৱাহাটী: পানবজাৰৰ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় বীৰ লাচিত সেনা নেতা ৰণ্টু পানীফুকনক
দিছপুৰ আৰক্ষী থানাৰ পৰা পানবজাৰৰ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় বীৰ লাচিত সেনা নেতা ৰণ্টু পানীফুকন, উৎপল দত্ত আৰু তন্ময় চেতিয়াক।