শুক্ৰবাৰে বিয়লি প্ৰায় চাৰি মান বজাত অসম গণ পৰিষদ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত জাপেয়া আঞ্চলিক ৬৮ আৰু ৬৯ নং হৰিৰচৰৰ বুথ কমিটিৰ সাধাৰণ সভা অনুষ্ঠিত হয়।সভাত দুয়োখন বুথ কমিটি গঠন কৰি সাংগঠনিক দিশত কাম কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়ায় ।সভাত উপস্থিত থাকে অগপ বঙাইগাঁও জিলা সাধাৰণ সম্পাদক ৰহিজুল ইছলাম ,অগপ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ সাধাৰণ সম্পাদক আক্ৰাম আলী, অগপ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সমষ্টিৰ সভাপতি আকবৰ আলী, আঞ্চলিক সম্পাদকৰ লগতে দুয়োখন বুথৰ দলী কৰ্মকৰ্তা সকল উপ