নগাঁও: কলিয়াবৰত বনৰীয়া ম'হৰ সন্ত্ৰাস,কলিয়াবৰৰ চিকনিৰ কৃষিভূমিত বনৰীয়া ম'হ উপদ্ৰৱৰ দৃশ্য বন্দী কেমেৰাত,চিন্তিত কৃষক ৰাইজ
কলিয়াবৰত বনৰীয়া ম'হৰ সন্ত্ৰাস,সোমবাৰে বিয়লি প্ৰায় চাৰি মান বজাত কলিয়াবৰৰ চিকনিৰ কৃষিভূমিত বনৰীয়া ম'হ উপদ্ৰৱৰ দৃশ্য বন্দী কেমেৰাত ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম'হে উপদ্ৰৱ চলাই।ম'হ দেখি টঙি ঘৰত উঠি প্ৰাণ ৰক্ষা ধান কাটিবলৈ অহা ডাৱনীৰ।টিং বজাই ম'হ খেদাৰ চেষ্টা স্থানীয় লোকৰ ।ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক ।