Public App Logo
Jansamasya
National
���ीएसटी
Happydiwali
Railinfra4andhrapradesh
Nextgengst
Cybersecurityawareness
Pmmsy
Diwali2025
Fidfimpact
Matsyasampadasesamriddhi
Responsiblerailyatri
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds

তিনিচুকীয়া: বান-গৰাখহনীয়াত বিধ্বস্ত হৈ লাইকাবাসীয়ে নতুন ঠিকনা বিচাৰি উপস্থিত হ'ল বাঘজানৰ সমীপৰ লোহিত নদীৰ পাৰত

Tinsukia, Tinsukia | Jun 4, 2025
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত দীৰ্ঘদিন ধৰি বসবাস কৰি লাইকাবাসীয়ে বিগত কেইবা বছৰ ধৰি বান-গৰাখহনীয়াৰ কৱলত পৰি আহিছে। এই বর্ষতো  বাৰিষাৰ বানে তচনচ কৰি পেলায় লাইকা বাসীক। উপায়ন্তৰ হৈ বুধবাৰে বিয়লি প্ৰায় ৩ বজাত লাইকাবাসীয়ে নতুন ঠিকনা বিচাৰি তথা আশ্ৰয় বিচাৰি উপস্থিত হয় বাঘজানৰ সমীপৰ সিটো পাৰে অৰ্থাৎ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত লোহিত নদীৰ পাৰত।

MORE NEWS

তিনিচুকীয়া: বান-গৰাখহনীয়াত বিধ্বস্ত হৈ লাইকাবাসীয়ে নতুন ঠিকনা বিচাৰি উপস্থিত হ'ল বাঘজানৰ সমীপৰ লোহিত নদীৰ পাৰত - Tinsukia News