গুৱাহাটী: মুখ্যমন্ত্ৰীয়ে সম্পত্তি বিক্ৰী কৰি ৰাইজক সুবিধা দিয়া নাই , গনেশগুৰিত প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ৰাতুল কলিতা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পত্তি বিক্ৰী কৰি ৰাইজক সুবিধা দিয়া নাই , গনেশগুৰিত তীব্ৰ সমালোচনা কৰিলে কংগ্ৰেছ নেতা ৰাতুল কলিতাই।