নগাঁও: নগাঁৱত প্ৰদান কৰা হব মহিলা উদ্যামিতা আঁচনিৰ ধন,নগাঁৱৰ নেহৰুবালিলৈ নগাৱৰ বিভিন্ন প্ৰান্তৰ পৰা হিল দল ভাঙি আহিল ৰাইজ
Nagaon, Nagaon | Oct 22, 2025 বুধবাৰে নগাঁৱত প্ৰদান কৰা হব মহিলা উদ্যামিতা আঁচনিৰ ধন। নগাঁৱৰ নেহৰুবালিলৈ নগাৱৰ বিভিন্ন প্ৰান্তৰ পৰা বুধবাৰে পুৱা প্ৰায় দহ মান বজাত হিল দল ভাঙি আহিল মহিলা সকল। আত্নসহায় গোটৰ মহিলা সকলে সাজি কাচি নেহেৰুবালিত উপস্হিত হয় । কাৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ শৰ্মাই প্ৰদান কৰিব মহিলা উদ্যামিতা আঁচনিৰ ধন।যাৰ বাবে নগাঁৱত এক উৎসব মুখৰ পৰিবেশে বিৰাজ কৰিছে পুৱাৰে পৰা ।