হোজাই: আজি পূৱা ৫ বজাৰ পৰা আজি সন্ধীয়া ৪ বজালৈকে বন্ধ লংকাৰ দোকান পোহাৰ লংকাৰ চেম্বাৰ অফ কমার্চৰ আহ্বান
Hojai, Hojai | Sep 20, 2025 জুৱিন গাৰ্গৰ অবিহনে পাৰ হৈ গল এটি নিশা। শোকত ভাঙি পৰিছে ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে হোজাইতো চেম্বাৰ অফ কমাৰ্চৰ আহ্বানত শনিবাৰে পূৱা ৫ বজাৰ পৰা আজি সন্ধীয়া ৪ বজালৈকে বন্ধ হোজাইৰ দোকান পোহাৰ।এই দৃশ্য শনিবাৰে দিনৰ ৩মান বজাৰ। উক্ত বন্ধত সম্পূর্ণ সমর্থন হোজাইৰ ব্যৱসায়ী সকলৰ।হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ হোজাই অঞ্চলত পৰিছে শোকৰ ছাঁ।