বঙাইগাঁও ভাগ: সাংবাদিকক ভাবুকি দিয়া লৈ চহৰত জাফাৰ কেন্দ্ৰীয় সভাপতিৰ প্ৰতিক্ৰিয়া, আৰক্ষীক প্ৰশ্ন ভয় কৰিছে নেকি বীৰ লাচিত সেনাক
দেওবাৰে নিশা অভয়াপুৰীত বীৰ লাচিত সেনাৰ সদস্য সকলে সাংবাদিক বিক্ৰম ৰঞ্জন ৰয়ক সুৰাপান কৰি হত্যাৰ ভাবুকি দিয়াৰ পিছত উক্ত ঘটনা সন্দৰ্ভত সাংবাদিক বিক্ৰম ৰঞ্জন ৰয়ে থানাত এজাহৰ দাখিল কৰে। কিন্তু এজাহৰ দাখিল কৰা ১২ ঘণ্টাৰো অধিক সময় উকলি যোৱা পিছটো আৰক্ষীয়ে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰা লৈ জাগুৰ খাই উঠিছে সাংবাদিক সকলে । সোমবাৰে চহৰত জাফাৰ কেন্দ্ৰীয় সভাপতি অভিদ্বিপ চৌধুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীক প্ৰশ্ন কৰে যে আৰক্ষীয়ে ভায় কৰিছে নেকি বীৰ লাচিত সেনাক।