ৰাহুল গান্ধী আহি আমাৰ মৰমৰ প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনাইছে আমি আদৰণি জনাইছো নগাঁৱত শুক্ৰবাৰে বিয়লি প্ৰায় পাঁচ বাজি ১০ মিনিটত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। লগতে তেওঁ কয় জুবিনৰ প্ৰতি থকা মৰম আৰু আবেগক কংগ্ৰেছৰ ফালে এক ইঞ্চি হ'লেও টানিবলৈ দৃষ্টিকটু ভাবে চেষ্টা কৰিছে,এইবোৰ কৰিব নাপায়।কংগ্ৰেছৰ নেতা সকলে শোভাযাত্ৰা কৰিছে বিজেপি মুৰ্দাবাদ দি ত