জুবিন গাৰ্গৰ নামত বিশ্ববিদ্যালয় খোলা প্ৰৱঞ্চকক বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় সাত বাজি ৩০ মিনিটত আটক কৰি আৰক্ষীক গতালে ৰাইজে ।৫ অক্টোবৰত লুৰিণজ্যোতি গগৈক আমন্ত্ৰণ কৰি আৰম্ভ কৰিছিল জুবিন গাৰ্গ বিশ্ববিদ্যালয়।নগাঁৱৰ লাওখোৱা ৰোডত খুলিছিল জুবিন গাৰ্গ বিশ্ববিদ্যালয় ।লুৰিণজ্যোতি গগৈৰ অনুপস্থিতিত কেইবাজনো অজাপৰ নেতাই মুকলি কৰিছিল এই বিশ্ববিদ্যালয়।বিশ্ববিদ্যালয়ৰ নামত দখল কৰিছিল শহুৰেকৰ সম্পত্তি।পত্নীক নিমৰ্ম অত্যাচাৰ কৰাৰো অভিযোগ।স্থানীয় ৰাইজে অতিষ্ঠ হৈ আৰক্ষীক গতাই দিয়ে ৰাজ না