পূব ডিব্ৰুগড়: উপাচাৰ্য উপস্থিতিত জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত ৰোপন কৰা হয় ১০০ নাহৰ গছ-পুলি
উপাচাৰ্য উপস্থিতিত জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত ৰোপন কৰা হয় ১০০ নাহৰ গছ-পুলি । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জীতেন হাজৰিকাই বিশ্ববিদ্যালয়ৰ শিক্ষক আবাসৰ চৌহদত শুভাৰম্ভ কৰা নাহৰ পুলি ৰোপনৰ কাৰ্যসূচীত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । চেপন মৌজাৰ মৌজাদাৰ পদ্মধৰ দত্তৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী