মৰাণ: খোৱাং আৰক্ষী থানা এলেকাৰ পৰা বোৱাৰী পলোৱাই নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল যুৱক, ৰাইজে আৰক্ষীক গটালে যুৱক জনক
পূজাৰ আনন্দৰ মাজতে নিশা খোৱাং আৰক্ষী থানা এলেকাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। খোৱাং আৰক্ষী থানা এলেকাৰ পৰা বোৱাৰী পলোৱাই নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এজন যুৱক। ৰাইজে আৰক্ষীক গটালে যুৱকজনক।