তিনিচুকীয়া: সদৰৰ দেৱী পুখুৰীত পৰম্পৰাগত ভাৱে জুতিয়া উৎসৱ পালন
তিনিচুকীয়াৰ দেৱী পুখুৰীত আজি দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জুতিয়া উৎসৱ পালন কৰা হৈছে । পৰম্পৰাগত ভাৱে এই পূজা পালন কৰি আহিছে । এই পূজাভাগ মহিলা সকলে এক গোট হৈ ঘাট বা নদী কিনাৰত এই পূজা কৰা হয় । নিজৰ সন্তানৰ দীৰ্ঘায়ুৰ ,সুৰক্ষিত আৰু আগ বাঢ়ি যোৱাৰ কামনা কৰি এই পূজা ভাগ কৰা হয় বুলি জানিবলৈ পৰা যায় ।