গোলাঘাট: গোলাঘাট জিলাত শান্তি আৰু শৃংখলা বজাই ৰাখিবৰ বাবে জিলা আয়ুক্তৰ বাটা পইণ্টৰ লগতে বিভিন্ন স্থানত ৰাইজৰ লগত মত বিনিময়
গোলাঘাট জিলাত শান্তি আৰু শৃংখলা বজাই ৰাখিবৰ বাবে গোলাঘাট জিলা আয়ুক্তৰ বাটা পইণ্টৰ লগতে বিভিন্ন স্থানত বুধবাৰে বিয়লি প্ৰায় ৬ বজাত মত বিনিময় l সমগ্ৰ জিলাখনত শান্তি-শৃংখলা সুনিশ্চিত কৰাৰ বাবে জিলা আয়ুক্ত গৰাকীৰ এই পদক্ষেপ। লগতে আৰক্ষী বিষয়া সকলে বজাৰ, চহৰৰ কেন্দ্ৰ আৰু মূল পথসমূহত আধিপত্য বিস্তাৰ কৰি খোজকাঢ়ি টহল দি অভিযান চলাই ।