আজাৰা: গুৱাহাটীত উপস্থিত অভিনেতা আৰু এম টিভি ৰ'ডিজ খ্যাত তাৰকা ৰণবিজয়ে
গুৱাহাটীত উপস্থিত অভিনেতা আৰু এম টিভি ৰ'ডিজ খ্যাত তাৰকা ৰণবিজয়ে । জুবিন গাৰ্গক ভালদৰে লগ নোপোৱাৰ আক্ষেপ থাকি গ'ল ৰণবিজয়ৰ মনত । গুৱাহাটীত "ৰণজিপছি বাই ৰণবিজয়"ৰ শুভ উদ্ধোধনী কৰি এই মন্তব্য কৰিলে বলিউড তাৰকা ৰণবিজয়ে ।