Public App Logo
Jansamasya
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
No video available

সাপেখাতী: বিহুৰত বাল্য বিবাহ সন্দৰ্ভত সজাগতা সভা সম্পন্ন,সভাত অংশগ্ৰহণ কৰে এছু,কেন্দ্ৰীয় সমিতিৰ মূখ্য সাংগঠনিক সম্পাদক প্ৰবীন টুডু

Sapekhati, Charaideo | Feb 19, 2024
সোমবাৰে ১০বজাত বিহুবৰত চাওঁতাল জনগোষ্ঠী সমাজৰ উদ্যোগত চাওঁতাল সমাজৰ ৰীতি-নীতি,বাল্য বিবাহ সন্দৰ্ভত সজাগতা সভা সম্পন্ন হয়।এই উপলক্ষে মাঝিমণ্ডল কেন্দ্ৰীয় সমিতিৰ মূখ্য সাংগঠনিক সম্পাদক স্বপন হেমৰমৰ পৌৰোহিত্বত অনুষ্ঠিত সভা খন আঁত ধৰে ৰাজীৱ মাৰ্ডিয়ে। সভাত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মূখ্য সাংগঠনিক সম্পাদক প্ৰবীন টুডু,এছু চৰাইদেউ জিলাৰ সভাপতি ময়ুৰ কৃষ্ণ হেমৰম, উপ-সভাপতি প্ৰনৱ কুমাৰ টুডুয়ে অংশগ্ৰহণ কৰি বাল্য বিবাহ সন্দৰ্ভত ৰাইজক সজাগৰ সন্দৰ্ভত কয়।

MORE NEWS